అర్థం : কাৰোবাৰ হিত বা ভাল বিচৰা ব্যক্তি
ఉదాహరణ :
শুভাকাংশীৰ কাৰণেই তেওঁ ্বৰবাদ হোৱাৰ পৰা বাচিল
పర్యాయపదాలు : শুভাকাংশী
అర్థం : হিত বা ভাল হোৱাটো বিচৰা
ఉదాహరణ :
বর্ত্্মান সময়ত ভাগ্যৰ বলতহে হিতৈষীলোক পোৱা যায়
పర్యాయపదాలు : কল্যাণকামী, শুভাকাংক্ষী, শুভাকাঙ্খী শুভচিন্তক