అర్థం : কোনো পদার্থৰ ্এটা বা দুয়োটা মূৰ কোনো ফালে প্রবৃত্ত হোৱা
ఉదాహరణ :
বৃদ্ধাৱস্থাত কঁ্কাল হালি পৰে
పర్యాయపదాలు : দো খোৱা
అర్థం : উপৰি ভাগৰ কোনো অংশ তলৰফাললৈ নামি অহা
ఉదాహరణ :
ফলেৰে লোমা-লোম দি থকা গছজোপা হালি পৰিল
పర్యాయపదాలు : অৱনমিত হোৱা, নমিত হোৱা