అర్థం : বিচাৰি সন্মুখত ৰখা কার্য
ఉదాహరణ :
পুলিচে চোৰটোৰ ঘৰৰপৰা চুৰি মালবস্তুবোৰ উলিয়ালে
పర్యాయపదాలు : উলিওৱা
అర్థం : নিজৰ হাতলৈ অহা আনৰ কোনো বস্তু নিজৰ ওচৰত ৰাখি থোৱা
ఉదాహరణ :
শীলাই নিজৰ ননদৰ গহনাখিনি হস্তগত কৰিছে