సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়
ఉదాహరణ : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই
పర్యాయపదాలు : উত্তম, ভাল
అర్థం : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ఉదాహరణ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
పర్యాయపదాలు : ভাল, সজ্জন, সাধু, সুজন
అర్థం : যʼত সৎগুণ আছে
ఉదాహరణ : সৎগুণী লোক প্রশংসাৰ প্রাত্র
పర్యాయపదాలు : গুণশালী, গুণী, গুণৱান, গুনৱন্ত, সদ্গুণী, সৎগুণী
ఆప్ స్థాపించండి