పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্বেচ্ছাচাৰী అనే పదం యొక్క అర్థం.

স্বেচ্ছাচাৰী   বিশেষ্য

అర్థం : যিজনে নিজ ইচ্ছাৰে অধিকাৰৰ প্রয়োগ বা ব্যৱহাৰ কৰে

ఉదాహరణ : এই কোম্পানীটোৰ স্বেচ্ছাচাৰী মালিকজনে কোনো কর্ম্্চাৰীৰে একো কথা নুশুনে হিটলাৰ বহুত স্বেচ্ছাচাৰী আছিল

పర్యాయపదాలు : স্বৈৰাচাৰী

স্বেচ্ছাচাৰী   বিশেষণ

అర్థం : নিজৰ ইচ্ছা অনুসৰি সকলো কাম কৰিব পৰাজন

ఉదాహరణ : কিছুমান লোকে স্বচ্ছন্দ জীৱনযাপন কৰিব বিচাৰে

పర్యాయపదాలు : স্বচ্ছন্দ, স্বতন্ত্র

అర్థం : যাৰ কোনো নিয়ন্ত্রণ বা বাধা নাই

ఉదాహరణ : হিটলাৰ এজন স্বেচ্ছাচাৰী শাসক আছিল

పర్యాయపదాలు : কুণ্ঠাৰহিত, নিৰঙ্কুশ, বাধাহীন, লেকাম নাইকিয়া, স্বেচ্ছাকৃত