పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి স্থানান্তৰ అనే పదం యొక్క అర్థం.

স্থানান্তৰ   বিশেষ্য

అర్థం : স্থানান্তৰিত কৰা বা এঠাইৰ পৰা অন্য এঠাইলৈ লৈ যোৱা কার্য

ఉదాహరణ : কালিয়েই তেওঁ নিজৰ ঘৰুৱা-সামগ্রীৰ স্থানান্তৰ কৰিলে

అర్థం : ্কোনো বিভাগ বা ঠাইৰ পৰা অধিকাৰী বা বিষয়াবর্গক অন্য কোনো ঠাই বা বিভাগলৈ পঠিওৱা কার্য

ఉదాహరణ : এই কার্যালয়টোৰ দুজন কর্ম্্চাৰীক বদলি কৰা হৈছে

పర్యాయపదాలు : বদলি, স্থানান্তৰণ

అర్థం : এঠাইৰ পৰা আন ঠাইলৈ যোৱা কার্য

ఉదాహరణ : ৰামৰ বন গমনৰ খবৰ পাই অযোধ্যাবাসী দুখত ভাগি পৰিল আমি আধা ঘণ্টাৰ পিছত প্রস্থান কৰিম

పర్యాయపదాలు : গমন, গুচি যোৱা-, প্রস্থান, প্রয়াণ, পয়াণ, যোৱা-, স্থানত্যাগ, ৰাওনা