సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ఉదాహరణ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
పర్యాయపదాలు : ক্ষেত্র, জেগা, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থান
అర్థం : পানী নথকা ভূমি ভাগ
ఉదాహరణ : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
పర్యాయపదాలు : থল, ভূ-খণ্ড, ভূ-পৃষ্ঠ, মাটি, স্থলভূমি
అర్థం : কোনো বিশেষ কামৰ কাৰণে কিছুমান মানুহ একেলগে থকা বা গোট খোৱা ঠাই
ఉదాహరణ : এই চহৰখন অসামাজিক কামৰ ঘাটি হৈ পৰিছে
పర్యాయపదాలు : আড্ডা, আড্ডাস্থলী, কেন্দ্র, ঘাটি, থল, থলী, স্থলী
ఆప్ స్థాపించండి