సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : একাদিক্রমে ওপৰৰ পৰা তললৈ অহা কার্য
ఉదాహరణ : উত্তৰাঞ্চলত ভূমি স্খলন হৈ পঞ্চাশজন লোক নিহত হʼল
అర్థం : যুদ্ধৰ সময়ত নগৰ, কিল্লা আদি নিজৰ হাতৰ পৰা আনৰ হাতলৈ যোৱা কার্য
ఉదాహరణ : মোগলে কৰা আক্রমণত ভালেমান ভাৰতীয় ৰজাৰ পতন ঘটিছিল
పర్యాయపదాలు : অধঃপতন, অধঃপাত, অৱনতি, পতন
ఆప్ స్థాపించండి