సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভিতৰলৈ সোমাই যোৱা কাৰ্য
ఉదాహరణ : মাটিত সোমোৱাৰ কাৰণে অট্টালিকাটো সৰি পৰিল
పర్యాయపదాలు : পোত যোৱা
అర్థం : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য
ఉదాహరణ : এই টেমাটোত সাত কিলো আটা সোমায়
పర్యాయపదాలు : ভৰোৱা
అర్థం : ভিতৰলৈ যোৱা
ఉదాహరణ : তেওঁ পঢ়িবৰ কাৰণে অধ্যয়ন কক্ষত প্রৱেশ কৰিলে
పర్యాయపదాలు : প্রৱেশ কৰা
ఆప్ స్థాపించండి