అర్థం : জ্যেষ্ঠ, পূজনীয়, স্বামী আদিৰ সুখৰ কাৰণে কৰা কাম
ఉదాహరణ :
তেওঁ দিন-ৰাতি মাক-দেউতাকৰ সেৱাত ব্রতী হৈ থাকে
పర్యాయపదాలు : পৰি্চর্যা
అర్థం : কোনো বিশেষ বিভাগৰ দায়িত্বত থকা সার্বজনিক বা ৰাজহুৱা কার্য
ఉదాహరణ :
আজিকালি ৰেল আৰু বিমান সেৱা অধিক সুচল হৈ পৰিছে
అర్థం : নকৰ বা চাকৰৰ কাম
ఉదాహరణ :
এই ঘৰটোৰ সেৱা মই আজি কুৰি বছৰ ধৰি কৰি আহিছো
అర్థం : আনৰ বাবে কর্তব্যৰ পালন, স্থানৰ ব্যৱস্থাআৰু সহায়কাৰী উপকৰণ আদি
ఉదాహరణ :
ইয়াৰ হোটেলবোৰত ভাল সেৱা পোৱা যায়