పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সেৱক అనే పదం యొక్క అర్థం.

সেৱক   বিশেষ্য

అర్థం : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে

ఉదాహరణ : তেওঁ হনুমানৰ ভক্ত

పర్యాయపదాలు : উপাসক, ভকত, ভক্ত, সাধক

అర్థం : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি

ఉదాహరణ : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী

పర్యాయపదాలు : পূজাৰী

అర్థం : যিয়ে কাৰোবাৰ ঘৰত থাকি বা কোনো মালিকৰ তলত থাকি সেৱা আগবঢ়ায়

ఉదాహరణ : মোৰ চাকৰজন এসপ্তাহৰ কাৰণে ঘৰলৈ গৈছে বাতৰিটোত প্রকাশ পাইছে যে এজন লগুৱাই মালিকক হত্যা কৰিলে

పర్యాయపదాలు : অনুচৰ, আলধৰা, কামলা, গেবাৰ, গোলাম, চাকৰ, দাস, পাঁচনি, পৰিচাৰিকা, বান্দা, ভৃত্য, লগুৱা, লগুৱা-লিকচৌ, লা-লিগিৰা, লিগিৰা

সেৱক   বিশেষণ

అర్థం : কাৰোবাৰ বা কোনো ধৰণৰ সেৱা আগবঢ়াওতা

ఉదాహరణ : আন্না হাজাৰেʼ সমাজ সেৱক