పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সেউজীয়া అనే పదం యొక్క అర్థం.

সেউজীয়া   বিশেষ্য

అర్థం : ঘাঁহ-বন বা গছৰ পাতৰ দৰে যি ৰং

ఉదాహరణ : চিত্রকৰজনে ভাটোটোৰ গাত সেউজীয়া ৰং দিছে

పర్యాయపదాలు : কলপতীয়া, কলপতীয়া ৰং, শ্যামল, শ্যামলিমা, সেউজীয়া বৰণ, সেউজীয়া ৰং, হৰিৎ বৰণ, হৰিৎ্বর্ণ

అర్థం : সেউজীয়া গছ-গছনিৰ সমূহ বা বিস্তাৰ

ఉదాహరణ : বর্ষা ঋতুত সেউজীয়া বৃদ্ধি পায়

పర్యాయపదాలు : হৰিৎ্বর্ণ

সেউজীয়া   ক্ৰিয়া

అర్థం : গছ-গছনি সেউজ ৰঙৰ হোৱা ~

ఉదాహరణ : পানী পোৱাৰ লগে লগে ৰʼদত লেৰেলি যোৱা গছজোপা সেউজীয়া হৈ পৰিল

সেউজীয়া   বিশেষণ

అర్థం : যি শুকান বা মৰহি যোৱা নহয়

ఉదాహరణ : এই বাগিচাখনৰ সকলো গছেই সেউজীয়া

పర్యాయపదాలు : সেউজপূর্ণ, সেউজবুলীয়া, সেউজী

అర్థం : যিটো সেউজীয়া বৰণৰ

ఉదాహరణ : গার্ডে সেউজীয়া পতাকা দেখুৱাৰ লগে লগে গাড়ীবোৰ চলিবলৈ ধৰিলে

పర్యాయపదాలు : হৰিৎ

అర్థం : যি মৰহি যোৱা নাই বা যʼত জীৱনী শক্তি আছে

ఉదాహరణ : পানী সিচি দিয়াৰ কাৰণে গৰমতো উদ্ভিদবোৰ সেউজীয়া হৈ আছে

అర్థం : যʼত সেউজীয়া গছ-গছনিৰে ভৰি আছে

ఉదాహరణ : জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহে সেউজীয়া সেউজীয়া হাবিবোৰ কাটিবলৈ ধৰিছে

పర్యాయపదాలు : সেউজীয়া সেউজীয়া