పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সুৰ అనే పదం యొక్క అర్థం.

সুৰ   বিশেষ্য

అర్థం : স্বর্গ আদিত বাস কৰে বুলি বিশ্বাস কৰি ভক্তি সহকাৰে পূজা কৰা অমৰ প্রাণী

ఉదాహరణ : এই মন্দিৰটোত ভালেমান দেৱতাৰ মূর্তি স্থাপন কৰা আছে

పర్యాయపదాలు : দেৱ, দেৱতা, দৈত্যাৰি

అర్థం : সংগীতৰ সাতোটা নিশ্চিত ধ্বনি

ఉదాహరణ : ষড়জ, ঋষভ, গান্ধাৰ, মধ্যম, পঙ্কজ, ধৈৱৎ আৰু নিষাদ -- এই কেইটা সংগীতৰ সপ্ত স্বৰ

పర్యాయపదాలు : স্বৰ

అర్థం : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

ఉదాహరణ : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

పర్యాయపదాలు : কণ্ঠ, লয়

সুৰ   বিশেষণ

అర్థం : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে

ఉదాహరణ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে

పర్యాయపదాలు : পৰাক্রমী, বলৱান, বাহাদুৰ, বীৰ, সাহসী