పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সুযোগ అనే పదం యొక్క అర్థం.

সুযোগ   বিশেষ্য

అర్థం : কোনো বিশিষ্ট সময়

ఉదాహరణ : ইয়াত প্রতিবছৰে বিজয়াদশমী উপলক্ষ্যে ৰাম লীলাৰ আয়োজন কৰে

పర్యాయపదాలు : উপলক্ষ্য

అర్థం : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি

ఉదాహరణ : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে

పర్యాయపదాలు : অনুজ্ঞা দান, মঞ্জুৰি, সন্মতি

అర్థం : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ఉదాహరణ : এই কামটো কৰিবৰ সময় হʼল

పర్యాయపదాలు : ক্ষণ, দাও, বেলা, সময়, সুচল

అర్థం : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে

ఉదాహరణ :

పర్యాయపదాలు : উপায়, চল, দাও, বাট, সুচল, সুবিধা, সুযোগ-সুবিধা