అర్థం : নিজৰ লাভৰ বাবে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থকা ব্যক্তি
ఉదాహరణ :
আজিকালি সুবিধাবাদীসকলৰহে সন্মান আছে
పర్యాయపదాలు : সুযোগ-সন্ধানী
అర్థం : সুবিধাবাদ সম্বন্ধীয়
ఉదాహరణ :
সুবিধাবাদী ব্যক্তিয়েহে উন্নতি কৰে
అర్థం : যিয়ে নিজৰ লাভালাভৰ কাৰণে সদায় উপযুক্ত সুযোগৰ অপেক্ষাত থাকে
ఉదాహరణ :
সুবিধাবাদী ব্যক্তি বিশ্বাসৰ পাত্র নহয়