పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সুখপ্রদ అనే పదం యొక్క అర్థం.

সুখপ্রদ   বিশেষ্য

అర్థం : যি আনন্দ দিয়ে বা যাৰ পৰা আনন্দ বা প্রসন্নতা পোৱা যায় বা যি প্রসন্নতাৰ কাৰণ হয়

ఉదాహరణ : আপোনাৰ সংগই মোৰ বাবে আনন্দ

పర్యాయపదాలు : আনন্দ, প্রসন্নতা, হর্ষ, ্আনন্দদায়ক

সুখপ্রদ   বিশেষণ

అర్థం : যিয়ে আনন্দ প্রদান কৰে

ఉదాహరణ : মোৰ ভ্রমণটো আনন্দদায়ক আছিল অন্তাক্ষৰী এটা আনন্দপ্রদ খেল

పర్యాయపదాలు : আনন্দকাৰী, আনন্দদায়ক, আনন্দদায়ী, আনন্দপ্রদ, ৰমণীয়

అర్థం : যিয়ে সকলো সুখ লাভ কৰিছে বা যিজন সুখত থাকে:আমি সকলোৰে সুখী জীৱন কামনা কৰোঁ

ఉదాహరణ :

పర్యాయపదాలు : সুখকাৰক, সুখকৰ, সুখজনক, সুখময়, সুখী

అర్థం : সুখ বা আনন্দ দিওতাঁ

ఉదాహరణ : আপোনাৰ সান্নিধ্য মোৰ বাবে সুখদায়ক

పర్యాయపదాలు : সুখকাৰী, সুখদায়ক, সুখদায়ী, সুখপূর্ণ, সুখী