పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সীমা అనే పదం యొక్క అర్థం.

সীমা   বিশেষ্য

అర్థం : খেতিপথাৰ আদিৰ সীমা নি্র্ধাৰণ কৰা মাটিৰ ওখ অংশ বা বান্ধ

ఉదాహరణ : ককায়েক-ভায়েকৰ মাজত ভাগ-বাটোৱাৰা হোৱাৰ লগে-লগে খেতিপথাৰত বহুকেইটা সীমা বান্ধি দিয়া হʼল

అర్థం : কোনো প্রদেশ বা বস্তুৰ চাৰিওফালে বিস্তাৰিত হৈ থকা ঠাইৰ অন্তিম সীমা বা স্থান

ఉదాహరణ : ভাৰতবর্ষৰ সীমাত সেনা-জোৱান অতন্দ্র প্রহৰীৰ দৰে থিয় হৈ আছে

పర్యాయపదాలు : বʼর্ডাৰ, সীমান্ত

అర్థం : যি অন্তিম স্থানলৈকে কোনো কথা বা কাম হোৱা উচিত বা হʼব পাৰে

ఉదాహరణ : যিকোনো কাম সীমাৰ ভিতৰত থাকি কৰা উচিত