పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সিংহলী అనే పదం యొక్క అర్థం.

সিংহলী   বিশেষ্য

అర్థం : সিংহল দ্বীপৰ অধিবাসী

ఉదాహరణ : সিংহলী আৰু তামিল দুয়োপক্ষই শ্রীলংকাৰ সমস্যাৰ শীঘ্রে সমাধান হোৱাটো বিচাৰে

పర్యాయపదాలు : শ্রীলংকা বাসী, শ্রীলংকা-বাসী, শ্রীলংকাবাসী, সিংহল

అర్థం : সিংহল দ্বীপৰ ভাষা

ఉదాహరణ : শ্রীলংকাত সিংহলী তথা তামিল দুয়োটা ভাষাৰ প্রচলন আছে

అర్థం : পালি, সিংহলী আদি ভাষা লিখা লিপি

ఉదాహరణ : তেওঁ সিংহলীত লিখা শ্্ব্দবোৰ পঢ়িবলৈ চেষ্টা কৰি আছে

పర్యాయపదాలు : সিংহলী লিপি

সিংহলী   বিশেষণ

అర్థం : সিংহল দ্বীপ বা সিংহল দ্বীপৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : সিংহলী সমস্যাই দেশৰ বিকাশত বাধা-প্রদান কৰি আছে

పర్యాయపదాలు : শ্রীলংকান

అర్థం : সিংহল দ্বীপত থকা

ఉదాహరణ : বোমা বিস্ফোৰণত ভালেমান সিংহলী সৈন্য নিহত হʼল

అర్థం : সিংহলী ভাষা সম্বন্ধীয় বা সিংহলী ভাষাৰ

ఉదాహరణ : মই সিংহলী সাহিত্য পঢ়িবলৈ ভাল পাওঁ