అర్థం : ছটিয়াই দিয়া অৱস্থা বা ভাব
ఉదాహరణ :
খেতি পথাৰত বীজ সিঁচা ভালদৰে কৰিব লাগে
అర్థం : কোনো তৰল পদার্থ ছটিওৱা কার্য
ఉదాహరణ :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
పర్యాయపదాలు : ছটিওৱা
అర్థం : কোনো বস্তু ইফালে-সিফালে পেলোৱা
ఉదాహరణ :
চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে
పర్యాయపదాలు : ছটিওৱা
అర్థం : চাৰিওফালে প্রসাৰিত কৰা
ఉదాహరణ :
খেতিয়কজনে পথাৰত বীজ সিঁচি আছে
పర్యాయపదాలు : সিঁচি দিয়া, সিঁচৰতি কৰা
అర్థం : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
ఉదాహరణ :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
పర్యాయపదాలు : গুটি ছটিওৱা, গুটি সিঁচা, ছটিওৱা