అర్థం : সাৱধান কৰিবৰ কাৰণে প্রথমৰ পৰা জাননী দিয়া
ఉదాహరణ :
বতৰবিজ্ঞান বিভাগে মাছমৰীয়াসকলক সাগৰলৈ নাজাবলৈ সতর্ক্্বাণী শুনালে
పర్యాయపదాలు : সতর্ক ্কৰা, সতর্ক্্বাণী শুনা, সাৱধানবাণী শুনা
అర్థం : সাৱধান বা হুচিয়াৰ কৰা
ఉదాహరణ :
মাক-দেউতাকে নিজৰ লʼৰা-ছোৱালীক ভুল নকৰিবৰ কাৰণে সদায় সাৱধান কৰি থাকে
పర్యాయపదాలు : সকিয়াই থকা