పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সার্বজনীন అనే పదం యొక్క అర్థం.

সার্বজনীন   বিশেষণ

అర్థం : সকলো দেশীয় ্ পর্যায়ৰ

ఉదాహరణ : ভাৰতে সর্বদেশীয় প্রতিযোগিতাৰ অভ্যর্থন্া কৰিছে

పర్యాయపదాలు : সর্বদেশীয়, সার্বভৌমিক

అర్థం : গোটেই পৃথিৱী বা সমগ্র বিশ্বৰ সকলো দেশৰ সৈতে সম্বন্ধ বজাই ৰখা বা তাৰ মাজত হোৱা

ఉదాహరణ : ভাৰতে সদায় সার্বজনীন উন্নতিৰ কথা কৈ আহিছে

అర్థం : প্রায় সকলো ব্যক্তিৰ, উপলক্ষ, অৱস্থা আদিত পাব পৰা বা তাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন

ఉదాహరణ : সাক্ষৰতাৰ সন্দর্ভত বিচাৰ-বিবেচনা কৰিবৰ কাৰণে সামূহিক সভাৰ আয়োজন কৰা হʼল

పర్యాయపదాలు : সামূহিক, ৰাজহুৱা