సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি বস্তু কোনো কামত ব্যৱহাৰ কৰা হয়
ఉదాహరణ : ইটা, চিমেণ্ট আদি সামগ্রী ঘৰ সজা কামত লাগে
పర్యాయపదాలు : পদার্থ, বস্তু, মাল, মাল-বস্তু
అర్థం : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
ఉదాహరణ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
పర్యాయపదాలు : উপকৰণ, সাধন
అర్థం : বাস্তৱিক বা কল্পিত সত্তা
ఉదాహరణ : বতাহ এক বিমূর্ত্ত বস্তু
పర్యాయపదాలు : বস্তু
ఆప్ స్థాపించండి