సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জনসাধাৰণ বিশেষকৈ গ্রাম্যলোকৰ মাজত প্রচলিত গাথা বা কাহিনী
ఉదాహరణ : সৰুতে আইতাৰ পৰা সাধু শুনিবলৈ খুউব জোৰ কৰিছিলো
పర్యాయపదాలు : গল্প, লোক কথা, লোক কাহিনী, লোককথা
అర్థం : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
ఉదాహరణ : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
పర్యాయపదాలు : মহাত্মা, সন্ত
అర్థం : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
ఉదాహరణ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
పర్యాయపదాలు : বৈৰাগী, সন্ত, সন্ন্যাসী
అర్థం : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
ఉదాహరణ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
పర్యాయపదాలు : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সদাচাৰী, ৰিজু
అర్థం : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে
ఉదాహరణ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে
పర్యాయపదాలు : ভাল, সজ্জন, সুজন, সৎ
ఆప్ స్థాపించండి