సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি ব্যক্তিয়ে কোনো কাম আদিত সহযোগ কৰে
ఉదాహరణ : এই কামত তেওঁ ্ মোৰ সহযোগী
పర్యాయపదాలు : সহকাৰী, সহযোগকাৰী, সহযোগী, সহযোগী ব্যক্তি
అర్థం : যিজন কোনো কাম কৰিবৰ কাৰণে সহায়ক স্বৰূপ হয়
ఉదాహరణ : সহযোগীৰ অবিহনে এই কামটো সম্পূর্ণ নহʼব
పర్యాయపదాలు : উপসহায়ক, পালি, সহযোগী
అర్థం : যি কোনো কাম আদিত সহায় কৰে
ఉదాహరణ : ৰাম মোৰ সহযোগী
పర్యాయపదాలు : সহযোগী
ఆప్ స్థాపించండి