అర్థం : কোনো সমূহৰ সকলোতকৈ ভাল মানুহ বা বস্তু
ఉదాహరణ :
এই যুদ্ধত আমাৰ সেনাৰ কিছুমান সর্বোত্তম ছহিদ হʼল
పర్యాయపదాలు : সর্বোৎকৃষ্ট
అర్థం : যি সকলোতকৈ শ্রেষ্ঠ বা উত্তম
ఉదాహరణ :
মনোজক বিদ্যালয়ৰ সর্বশ্রেষ্ঠ ছাত্র হিচাপে নি্র্বাচন কৰা হৈছে
పర్యాయపదాలు : অন্যতম, সর্বশ্রেষ্ঠ, সর্বোৎকৃষ্ট