పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সমূহ అనే పదం యొక్క అర్థం.

সমূহ   বিশেষ্য

అర్థం : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

ఉదాహరణ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

పర్యాయపదాలు : জাক, পাল, সমুদায়

అర్థం : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ఉదాహరణ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

పర్యాయపదాలు : গণ, গোট, জাক, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি

అర్థం : একে ধৰণৰ বহুত বস্তুৰ কিছুমান ওখ সমষ্টি

ఉదాహరణ : ৰাম আৰু শ্যামৰ মাজত শস্যৰ দʼমৰ ভাগ-বাটোৱাৰা হʼল

పర్యాయపదాలు : গোট, দʼম, সমষ্টি, ৰাশি