అర్థం : কোনো বস্তু বা কথা আদিৰ ্সন্দর্ভত চলোৱা গভীৰ সম্পৰীক্ষা বা বিচাৰ
ఉదాహరణ :
এই বছৰ চৰকাৰে সাক্ষৰতা অভিযানৰ সমীক্ষা চলাব
అర్థం : সম্পূর্ণ পৰীক্ষা-নিৰীক্ষাৰ অন্তত কোনো সিদ্ধান্তত উপনীত হোৱা ক্রিয়া
ఉదాహరణ :
জৰীপৰ পৰা জানিব পৰা গৈছে যে কিছু বছৰৰ পিছত ভাৰতবর্ষৰ জনসংখ্যা চীন দেশতকৈও অধিক হʼব
పర్యాయపదాలు : জৰীপ