సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শীল আৰু সজ্জন হোৱা ভাব
ఉదాహరణ : সকলোৰে সৈতে শিষ্টতাপূর্ণ ব্যৱহাৰ কৰিব লাগে
పర్యాయపదాలు : ভদ্রতা, শালীনতা, শিষ্টতা, সজ্জনতা
అర్థం : যি কথা বা কামে কোনো জাতি বা ৰাষ্ট্রক উন্নত, শিক্ষিত আৰু সৌজন্যমূলক হিচাপে সূচায়
ఉదాహరణ : হৰপ্পা আৰু মহেঞ্জোদাৰো ভাৰতৰ প্রাচীন সভ্যতাৰ উৎকৃষ্ট নি্দর্শন
అర్థం : সদস্য হোৱা অৱস্থা বা ভাব
ఉదాహరణ : শীতলে ছাত্র পৰিষদৰ সভ্যতা গ্রহণ কৰিলে
పర్యాయపదాలు : সদস্যতা
ఆప్ స్థాపించండి