సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো সভা বা সমাজৰ লগত জড়িত বা সন্মিলিত হোৱা ব্যক্তি
ఉదాహరణ : তেওঁ ্ কেইবাটাও সংস্থাৰ সদস্য
పర్యాయపదాలు : মেম্বৰ, সদস্য
అర్థం : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
ఉదాహరణ : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
పర్యాయపదాలు : পৰিমার্জিত, পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, শিষ্ট, ৰুচিবান
ఆప్ స్థాపించండి