సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু পচন্দ কৰা বা ভাল বুলি অনুভৱ কৰা কার্য ্বা ভাব
ఉదాహరణ : তেওঁৰ সন্মতিত আমি সন্তুষ্ট হৈছোঁ
పర్యాయపదాలు : অনুমোদন, স্বীকৃতি
అర్థం : ওঁ বুলি কোৱা কার্য
ఉదాహరణ : দেউতাই সন্মতি দিলেহে মই এইটো কাম কৰিম
పర్యాయపదాలు : হয়ভৰ
అర్థం : সহমত প্রকাশ কৰা ভাব বা কার্য
ఉదాహరణ : তেওঁলোক দুয়োজনে সন্মতি জনাইছে
పర్యాయపదాలు : ্মান্তি, ্সমর্থন, ৰাজি, ৰাজী
అర్థం : বিশেষ অৱস্থাত কাম কৰিবলৈ অথবা কর্তব্য বা দায়িত্ব পূৰণ কৰিবলৈ কাৰোবাক দিয়া অনুমতি
ఉదాహరణ : পৰীক্ষাত কেলকুলেটৰ ব্যৱহাৰৰ সুযোগ দিয়া হৈছে
పర్యాయపదాలు : অনুজ্ঞা দান, মঞ্জুৰি, সুযোগ
ఆప్ స్థాపించండి