అర్థం : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
ఉదాహరణ :
কাপোৰৰ জোৰাখিনি ফাটি থাকিল
పర్యాయపదాలు : জোৰা, সন্ধি স্থল, সন্ধি-স্থল
అర్థం : ব্যাকৰণত ওচৰা ওচৰিকৈ থকা দুটা শ্্ব্দৰ মিলন ঘটি হোৱা ৰূপান্তৰ
ఉదాహరణ :
বিদ্যা আৰু আলয়ৰ মাজত সন্ধি হৈ বিদ্যালয় হৈছে
అర్థం : লেন-দেন, ব্যৱহাৰ, কাজিয়া আদি ্ সম্পর্কত ্ সকলো পক্ষৰ পৰস্পৰৰ মাজত হোৱা নিষ্পত্তি
ఉదాహరణ :
কাশ্মীৰৰ সমস্যা সন্দর্ভত ্ ভাৰত-পাকিস্তানৰ মাজত সন্ধি হোৱা আৱশ্যক
పర్యాయపదాలు : সন্ধিচুক্তি