పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সন্তোষ అనే పదం యొక్క అర్థం.

সন্তোষ   বিশেষ্য

అర్థం : কোনো কথা বা কামৰ বাঞ্ছা নকৰাকৈ সদায় প্রসন্ন হৈ থকা মনৰ এক অৱস্থা

ఉదాహరణ : সন্তোষে মানুহৰ সুখ আৰু শান্তি প্রদান কৰে

అర్థం : তৃপ্ত হোৱাৰ অৱস্থা বা ভাব

ఉదాహరణ : বুদ্ধই জ্ঞানপ্রাপ্তিৰ পিছত তৃপ্তি লভিলে

పర్యాయపదాలు : তৃপ্তি, পৰিতুষ্টি, পৰিতৃপ্তি, পৰিতোষ, সন্তুষ্টি

అర్థం : ভয়ানক অৱস্থাতো হোৱা সন্তোষজনক কোনো কথা

ఉదాహరణ : সন্তোষৰ কথা যে গুলীটো ভৰিত লাগিল

అర్థం : সন্তুষ্ট হোৱাৰ ভাব বা অৱস্থা

ఉదాహరణ : ৰামৰ চেহেৰাত সন্তুষ্টিৰ ৰেঙণি আছিল

పర్యాయపదాలు : আনন্দ, আহ্লাদ, উলাহ, উলাহ-বিলাহ, উল্লাস, খুচ, খুছ, প্রফুল্লতা, প্রসন্নতা, সন্তুষ্টি, স্ফূর্ত্তি, হৰিষ, ্হর্ষ

అర్థం : কোনো কথাৰ চিন্তা, অপেক্ষা বা অভিযোগ নথকা বা কোনো কথাৰ দ্বাৰা সম্পূর্ণ্্ভাৱে প্রসন্ন হোৱা ভাব

ఉదాహరణ : মোৰ কামৰ দ্বাৰা আপুনি সন্তোষ পাইছেনে নাই

పర్యాయపదాలు : সন্তুষ্টি