సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সংসাৰিকতাৰ পৰা আঁতৰি থকি ধার্মিক জীৱন কটোৱা পুৰুষ
ఉదాహరణ : সাধুৰ জীৱন পৰোপকাৰতেই পাৰ হয়
పర్యాయపదాలు : মহাত্মা, সাধু
అర్థం : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি
ఉదాహరణ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো
పర్యాయపదాలు : বৈৰাগী, সন্ন্যাসী, সাধু
ఆప్ స్థాపించండి