అర్థం : এজন সৃষ্টিনাশক হিন্দু দেৱতা
ఉదాహరణ :
শিৱৰ পূজা লিংগৰ ৰূপত প্রচলিত
పర్యాయపదాలు : আদিদেৱ, উমাপতি, উমেশ, কলাধৰ, কালনাথ, কালীপতি, কাশীনাথ, কাশীশ্বৰ, কেদাৰনাথ, কেদাৰেশ্বৰ, গঙ্গাধৰ, গৌৰীনাথ, চন্দ্রচূড়, চন্দ্রমৌলি, চন্দ্রশেষৰ, জটাধাৰী, জটাধৰ, তাৰকনাথ, তাৰকেশ্বৰ, ত্রিনয়ণ, ত্র্যম্বক, দিগম্বৰ, দুর্গাপতি, দেৱাদিদেৱ, দেৱেশ, নটশেষৰ, নটৰাজ, নীলকণ্ঠ, নীলগ্রীৱ, নীললোহিত, পঞ্চানন, পশুপতি, পিনাকপাণি, পিনাকী, বাণেশ্বৰ, বিভু, বিশ্বনাথ, বিশ্বেশ্বৰ, বিষকণ্ঠ, বৃষধ্বজ, বৃষবাহন, ব্যোমকেশ, ভালচন্দ্র, ভূতনাথ, ভূতপতি, ভূতভাৱন, ভূতেশ, ভৈৰৱ, ভোলানাথ, ভৱানীপতি, মহাকাল, মহাদেৱ, মহেশ, মহেশ্বৰ, শংকৰ, শম্ভু, শশীভূষণ, শিৱ, শূলপাণি, সিতিকণ্ঠ, সুৰেশ্বৰ, হৰ, ্দুর্গাধীশ