సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাল চৰিত্রৰ বা যাৰ চাল-চলন ভাল
ఉదాహరణ : চৰিত্রবান লোকহে সমাজৰ প্রকৃত কর্ণ্্ধাৰ স্বৰূপ হʼব পাৰে
పర్యాయపదాలు : চৰিত্রবান, শিষ্টাচাৰী, সচ্চৰিত্র, সুশীল
అర్థం : মনত কোনো বেয়া ভাব বা কপটতা নৰখা
ఉదాహరణ : গুণী ব্যক্তিয়ে সকলোতে সন্মান লাভ কৰে
పర్యాయపదాలు : অকপটীয়া, ঋজু, গুণী, যোগ্য, সজ, সত্যাচাৰী, সাধু, ৰিজু
ఆప్ స్థాపించండి