అర్థం : ভাল চৰিত্রৰ
ఉదాహరణ :
সৎচৰিত্রতাই মানুহক মহান কৰে
పర్యాయపదాలు : সদাচাৰিতা, সদ্চৰিত্রতা, সৎচৰিত্রতা
అర్థం : যি ব্যৱহাৰত ভাল ভাব থাকে
ఉదాహరణ :
আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়
పర్యాయపదాలు : ভাল ব্যৱহাৰ, সদব্যৱহাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ