అర్థం : সাৱিত্রীৰ পতি
ఉదాహరణ :
সাৱিত্রীয়ে সতীত্বৰ বলত নিজৰ মৃত পতি সত্যবানক জীয়াই তুলিছিল
అర్థం : যিজনে সত্য কথা কয়
ఉదాహరణ :
যুধিষ্ঠিৰ এজন সত্যবাদী ৰজা আছিল
పర్యాయపదాలు : যথার্থ্্বাদী, সত্যবাক, সত্যবাদী, সত্যভাষী, ্সঁচ্াকথীয়া