అర్థం : এনে যোগাৰ বা ব্যৱস্থা কৰা কার্য যʼত কোনো কাম চলি বা হৈ থাকে
ఉదాహరణ :
এই সংস্থাৰ বৰ ভালদৰে সঞ্চালন হৈ আছে
అర్థం : গতি প্রদান কৰা বা চলোৱা কার্য
ఉదాహరణ :
বিদ্যুতৰ দ্বাৰা ডাঙৰ-ডাঙৰ মেচিনৰ সঞ্চালন সহজে কৰিব পাৰি