సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যʼ প্রাণ আছে বা সজীৱ প্রাণী
ఉదాహరణ : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
పర్యాయపదాలు : জীৱ, জীৱধাৰী, প্রাণধাৰী, প্রাণী
అర్థం : এইমাত্র ওলোৱা বা হোৱা
ఉదాహరణ : ৰহিমে সদায় ছাগলীৰ সতেজ গাখীৰ খায়
పర్యాయపదాలు : তাজা, সতেজ
అర్థం : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ఉదాహరణ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
పర్యాయపదాలు : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সচেতন
అర్థం : জীৱিত ৰূপত
ఉదాహరణ : কিশোৰে ৰামলীলাত জীৱন্ত অভিনয় কৰিলে
పర్యాయపదాలు : জীৱন্ত
ఆప్ స్థాపించండి