సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চৰাই, জন্তু আদি ভৰাই থʼবলৈ লোহা, বাঁহ আদিৰে সজা যতন বিশেষ
ఉదాహరణ : ভাটৌটো সজাৰ পৰা উৰি গʼল
పర్యాయపదాలు : গঁৰ্াল, পিঁজৰা, পিঞ্জৰ, পিঞ্জৰা
అర్థం : পাৰ ৰাখিবলৈ সজা বাহ
ఉదాహరణ : পাৰৰ বাহত পাৰবোৰে দানা খাই আছে
పర్యాయపదాలు : পাৰ-বাহা, পাৰৰ বাহ
అర్థం : কোঠা বা বেৰ আদি তৈয়াৰ কৰা কার্য
ఉదాహరణ : এতিয়া মিস্ত্রী আৰু শ্রমিকে দেৱাল সাজি আছে
పర్యాయపదాలు : উঠোৱা, গঁথ্া, বনোৱা, সাজি থকা
అర్థం : কাটি-কুটি বা অন্য কোনো ধৰণে কামৰ বস্তু তৈয়াৰ কৰা
ఉదాహరణ : তেওঁ ্মাটিৰ মূর্তি সাজি আছে
పర్యాయపదాలు : আকাৰ দিয়া, গঢ় দিয়া, ৰূপ দিয়া
అర్థం : কোনো বস্তুৰ অস্তিত্ব বা অৱয়ব প্রদান কৰা
ఉదాహరణ : কুমাৰে কলহ নি্র্মাণ কৰে
పర్యాయపదాలు : তৈয়াৰ কৰা, নি্র্মাণ কৰা, বনোৱা
అర్థం : ঘৰ বা দেৱাল আদি বনোৱা
ఉదాహరణ : ৰায়পুৰত আমাৰ দুমহলীয়া ঘৰ উঠাই আছে
పర్యాయపదాలు : উঠোৱা, বনোৱা
ఆప్ స్థాపించండి