సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : বিপদ-আপদলৈ মন-কাণ দি থকা
ఉదాహరణ : কাশ্মীৰত সন্ত্রাসবাদীয়ে প্রৱেশ কৰিব পাৰে বুলি সেনাবাহিনীক ্ সতর্ক কৰি দিয়া হৈছে
పర్యాయపదాలు : খবৰদাৰ, ততোৱাল, তলচকুৱা, সজাগৰ, সতর্ক, সাৱধান, হুঁচিয়াৰ, ্সজাগ
అర్థం : জীয়াই থকাজন বা যাৰ প্রাণ আছে
ఉదాహరణ : জীৱিত প্রাণীৰ বংশবৃদ্ধি হয়
పర్యాయపదాలు : চেতন, চেতনা থকা, জিন্দা, জীয়ন্তা, জীয়া, জীৱধাৰী, জীৱন্ত, জীৱিত, প্রাণ থকা, প্রাণৱন্ত, সজীৱ
ఆప్ స్థాపించండి