సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : প্রাচীন বৌদ্ধ ভিক্ষুসকলৰ ধার্মিক নিবাস স্থান
ఉదాహరణ : সংঘত এসময়ত নাৰীৰ প্রৱেশ নিষিদ্ধ আছিল
పర్యాయపదాలు : বৌদ্ধ মঠ, সংঘ
అర్థం : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
ఉదాహరణ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি
పర్యాయపదాలు : দল, পার্টী, মণ্ডলী, সংঘ
అర్థం : প্রাচীন বৌদ্ধ ভীক্ষুসকলৰ ধার্মিক সমাজ
ఉదాహరణ : নি্র্বাণ লাভৰ কাৰণে বৌদ্ধ ভীক্ষুসকলে সংঘত শৰণ লয়
పర్యాయపదాలు : সংঘ
ఆప్ స్థాపించండి