అర్థం : কোনো ধৰণৰ সীমা বা মর্যাদাৰ সৈতে থকা আৰু তাৰ উলঙ্ঘন নকৰাজন
ఉదాహరణ :
মর্যাদাসম্পন্ন ব্যক্তি শ্রদ্ধাৰ পাত্র হয়
పర్యాయపదాలు : মর্যাদাসম্পন্ন
అర్థం : বাসনা আৰু মনক নিজৰ বশত ৰখোতা
ఉదాహరణ :
সংযত ব্যক্তিয়েহে ধর্ম্্সাধনাৰ শী্র্ষত আৰোহণ কৰিব পাৰে
అర్థం : নিয়ম, সংযম আদিৰে বান্ধ খাই থকা
ఉదాహరణ :
সংযত জীয়াই থাকিলে মানুহ সুখেৰে থাকে