అర్థం : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ఉదాహరణ :
কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
పర్యాయపదాలు : মিশ্রণ
అర్థం : ঔষধ তৈয়াৰ কৰিবৰ বাবে বহুতো ঔষধক একেলগে মিলেৱা কার্য
ఉదాహరణ :
কবিৰাজে সংমিশ্রণ বনোৱাত লাগি আছে
అర్థం : মিহলি হোৱা কার্য
ఉదాహరణ :
ভালেমান ঔষধিৰ সংমিশ্রণত ছ্যবনপ্রাছ তৈয়াৰ কৰা হয়