పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সংজ্ঞা అనే పదం యొక్క అర్థం.

সংজ্ঞা   বিশেষ্য

అర్థం : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ఉదాహరణ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

పర్యాయపదాలు : জ্ঞান, বোধ, বোধি, সজ্ঞান

అర్థం : জ্ঞান আৰু বুদ্ধি

ఉదాహరణ : ক্রোধ, উত্তেজনাবশতঃ আমি প্রায়েই আমাৰ চেতনা হেৰুৱাই পেলাওঁ

పర్యాయపదాలు : চেতনা, বিচাৰ-বুদ্ধি

అర్థం : যি শ্্ব্দৰ দ্বাৰা কোনো বস্তু বা ব্যক্তি আদিৰ বোধ জন্মে বা যি শ্্ব্দৰে কাৰোবাক মতা হয়

ఉదాహరణ : আমাৰ আচার্যদেৱৰ নাম শ্রীপুষ্পক ভট্টাচার্য

పర్యాయపదాలు : নাম

అర్థం : কোনো বাস্তৱিক বা কল্পিত বস্তুৰ বোধ জন্মোৱা ব্যাকৰণৰ পৰি্ৱর্তনশীল শ্্ব্দ বিশেষ অথবা কোনো ব্যক্তি, বস্তু আৰু ঠাই আদি সূচোৱা শ্্ব্দ বিশেষ

ఉదాహరణ : তেওঁ বিশেষ্যৰ বিষয়ে অধ্যয়ন কৰি আছে

పర్యాయపదాలు : বিশেষ্য