పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সংগত అనే పదం యొక్క అర్థం.

সংগত   বিশেষ্য

అర్థం : গায়কৰ লগত বাজনা বজাই বাদ্য বজাই সহায় কৰা কার্য

ఉదాహరణ : বাঁহীবাদক পণ্ডিত চৌৰাচিয়াৰ লগত তবলা সংগত কৰিবৰ কাৰণে জাকিৰ হুচেইন আহিছে

పర్యాయపదాలు : সঙ্গত

সংগত   বিশেষণ

అర్థం : যি কোনো কাম কৰিবৰ বাবে সমর্থ

ఉదాహరణ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

పర్యాయపదాలు : উচিত, উপযুক্ত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

అర్థం : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

ఉదాహరణ :

పర్యాయపదాలు : উচিত, উপযুক্ত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সমীচীন, সমুচিত, হক, ্ যথাযথ