పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সংখ্যা అనే పదం యొక్క అర్థం.

সংখ্যা   বিশেষ্য

అర్థం : কাৰোবাৰ পৰিচয়ৰ কাৰণে দিয়া বা বলবৎ কৰা সংখ্যা বা সংখ্যাৰ সমূহ

ఉదాహరణ : খেলুৱৈ সকলৰ কাৰণে বেলেগ-বেলেগ সংখ্যা নির্ধাৰণ কৰা হৈছে

పర్యాయపదాలు : অংক

అర్థం : কোনো নির্দিষ্ট সময়ৰ মূৰে-মূৰে এবাৰকৈ প্রকাশ পাই থকা পত্র, পত্রিকা আদি

ఉదాహరణ : এইটো এই পত্রিকাখনৰ দ্বিতীয় সংখ্যা

పర్యాయపదాలు : অংক, খণ্ড, নম্বৰ

అర్థం : এক, দুই, তিনি আদি সুনির্দিষ্ট বস্তুৰ পৰিমাণ বুজোৱা গাণিতিক সংকেট

ఉదాహరణ : এক কোটি বহুত ডাঙৰ সংখ্যা

పర్యాయపదాలు : অংক, অঙ্ক, ৰাশি

అర్థం : সংখ্যাৰ চিহ্ন

ఉదాహరణ : ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮, ৯ আদি অংক

పర్యాయపదాలు : অংক, অঙ্ক

అర్థం : কোনো বস্তু আদিৰ পৰিমাপ বা মাত্রা

ఉదాహరణ : আহতৰ সংখ্যা বহুত বেছি