పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి সংকেত అనే పదం యొక్క అర్థం.

সংকেত   বিশেষ্য

అర్థం : কোনো কাম আৰম্ভ কৰা, নকৰা বা হৈ থকাৰ বা নোহোৱাৰ অথবা কি অৱস্থাত উপনীত হৈছে সেই সম্পর্কে দিয়া জাননী

ఉదాహరణ : গাড়ী চলোৱাৰ সময়ত ছিগনেলত ধ্যান দিয়া উচিত

పర్యాయపదాలు : ছিগনেল

అర్థం : সংক্ষিপ্ত আৰু গোপন বার্তা প্রেৰণ কৰা ব্যৱস্থা

ఉదాహరణ : এই বার্তাটো সংকেতত আছে

అర్థం : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

ఉదాహరణ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

పర్యాయపదాలు : চিন, চিহ্ন, নিচান, প্রতীক

అర్థం : কোনো কথা বা বিষয়ৰ অস্তিত্বৰ লক্ষণ আদিৰ বিষয়ে কোৱা তত্ত্ব, কার্য আদি

ఉదాహరణ : কʼলীয়া ডাৱৰে আগুৰি ধৰা আকাশে বৰষুণৰ সংকেত দিয়ে

పర్యాయపదాలు : সঙ্কেত

అర్థం : মনৰ ভাব প্রকাশ কৰিবলৈ কৰা কোনো শাৰীৰিক চেষ্টা

ఉదాహరణ : বধিৰসকলক সংকেতৰ জৰিয়তে কথা বুজাব লাগে

పర్యాయపదాలు : অংগি-ভংগি, অঙ্গি-ভঙ্গি, ইংগিত, ইঙ্গিত, ইছাৰা, চিয়াৰ, টিপ, ঠাৰ, ঠাৰ-চিয়াঁৰ, ঠাৰ-চিয়াৰ, তাৰ, সঙ্কেত