సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আখৰ, চিন, নাম আদি ছাপ দিবলৈ দবাই অংকিত কৰা যতন
ఉదాహరణ : প্রধান শিক্ষকে নিজৰ নামৰ এটা ছীল বনালে
పర్యాయపదాలు : ছীল, ষ্টেম্প
అర్థం : মোহৰ লগালে হোৱা ছাপ বা আকৃতি
ఉదాహరణ : তেওঁ ্কাগজত মৰা ছীলৰ ওপৰত চহী কৰিলে
పర్యాయపదాలు : ছীল, মোহৰ
అర్థం : ক্রিকেট খেলত ব্যৱহাৰ কৰা তিনিডাল খুটিৰ প্রত্যেকটো যাৰ সন্মুখত থিয় হৈ বেটছমেনে বেট ধৰে
ఉదాహరణ : বলাৰৰ প্রথমটো বলতেই তিনিওডাল ষ্টাম্প উফৰি পৰিল
అర్థం : যিহত মোহৰ মৰা হৈছে
ఉదాహరణ : এই চেকখনত মোহৰ মৰা আছে
పర్యాయపదాలు : মোহৰ
ఆప్ స్థాపించండి