పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి শৱসৎকাৰ అనే పదం యొక్క అర్థం.

শৱসৎকাৰ   বিশেষ্য

అర్థం : মৃতদেহক জ্বলোৱা কার্য

ఉదాహరణ : আজিকালি শৱদাহৰ বাবে চহৰত বিদ্যুৎ শৱদাহগৃহৰো নি্র্মাণ কৰা হৈছে

పర్యాయపదాలు : অগ্নিকার্য, অগ্নিক্রিয়া, অগ্নি্কর্ম্ম, অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, কাঠ-সংস্কাৰ, খৰি দিয়া, দাহকর্ম্ম, মৃতসৎকাৰ, শেষকৃত্য, শৱদাহ, শৱদাহন, সৎকাৰ

అర్థం : কাৰোবাৰ মৃত্যু উপলক্ষে অনুষ্ঠিত কৰা ধার্মিক কৃত্য বা সংস্কাৰ

ఉదాహరణ : মৃতকৰ অন্ত্যেষ্টিক্রিয়া এক পৰম্পৰাগত নিয়ম

పర్యాయపదాలు : অন্ত্যেষ্টি, অন্ত্যেষ্টিক্রিয়া, ক্রিয়া-কর্ম, মৃত সৎকাৰ, শেষকৃত্য, শ্মশান কৃত্য, সংস্কাৰ কর্ম, সৎকাৰ, সৎক্রিয়া